Skip to playerSkip to main content
  • 1 day ago
গোলাঘাট : বহু প্ৰত্যাশিত অসম বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হ'ল । দেৰগাঁও সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী ড৹ মৃদুল কুমাৰ দত্তই প্ৰায় 36953 টা ভোটত বিৰোধী মিত্ৰজোঁট কংগ্ৰেছ দলৰ প্ৰাৰ্থী সাগৰিকা বৰাক পৰাস্ত কৰি বিজয়ী হ’বলৈ সক্ষম হয় । জয়ৰ পাছতে গোলাঘাটৰ পৰা ফলাফল লৈ দেৰগাঁৱলৈ উভটি অহাৰ পথত এক বৃহৎ ৰেলী কৰি সমৰ্থকসকলে মৃদুল কুমাৰ দত্তক আদৰণি জনায় । ড৹ মৃদুল কুমাৰ দত্তই কয়, ‘‘দেৰগাঁওবাসী ৰাইজৰ আৰ্শীবাদৰ বাবেই মই জয়ী হৈছো । দেৰগাঁও সমষ্টিত চাৰিটা পঞ্চায়তৰ জৰাজীৰ্ণ পথ নিৰ্মাণৰ চেষ্টা কৰিম । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ শেষৰ সভাত দেৰগাঁও সমষ্টিৰ বাবে ২১০ কোটি টকা ঘোষণা কৰিছিল, সেই ধনৰ 70 শতাংশ পথ নিৰ্মাণ কৰা হ'ব । মোৰ বাবে এক প্ৰাপ্তি সুদীৰ্ঘ 33 বছৰ এই দলত সেৱা আগবঢ়াই আহিছিলো আৰু ভাৰতীয় জনতা পাৰ্টীৰ শিৰ্ষ নেতৃত্বই আমাক এই সুবিধা দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো । স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে বিজেপি দলৰ বিধায়ক, ৰাজেশ্বৰ সিংহৰ দিনত প্ৰতিষ্ঠা কৰা নেঘেৰিটিং শিৱদৌল উন্নয়নৰ বাবে মই চিন্তা কৰিম । দেৰগাঁও সমষ্টিৰ বহু সমস্যা আছে সেই সমস্যাৰ সমাধান বাবে চেষ্টা কৰিম ।’’লগতে পঢ়ক : পাহাৰত ফুলিল পদুম: হাফলঙত ৰূপালী চমক, বিজেপিৰ ছুনামিত ছয় সমষ্টিতেই বিধ্বস্ত বিৰোধীলগতে পঢ়ক : কলিয়াবৰত অপ্ৰতিৰোধ্য কেশৱ মহন্ত, পঞ্চমবাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত

Category

🗞
News
Transcript
00:22Oh
00:30The public is the first time that we have been doing this.
00:39We have been working on the Degavahir,
00:41and we have been working on Degavahir,
00:43and we have been working on Degavahir,
00:44and we have been working on Degavahir.
00:47In this case, the majority of the people of the country are also at the time.
00:54The majority of the people of the country are becoming a number of people.
01:01The majority of the people of the country have been� Friedman's population.
01:12As far as the majority of the people of the country are becoming more than 6,000 people.
01:17I have been working done and I have been working now.
01:21In the last days I was working with Hirai financially.
01:26In this situation I was working as far as the problem.
01:28In this situation I think very well & I don't have to worry.
01:31There are no roads that go over to me.
01:34There are no roads that go to me and have to worry about them.
01:35We are all roads....
01:36We are all roads.
01:40The roads and oil are about toittre.
01:43I think this road is great.
01:45.
01:48.
01:49.
01:53foreign
02:00in
02:01the
02:01the
02:01the
02:01the
02:05the
02:33Thank you very much.
02:41Thank you very much.
03:42Thank you very much.
04:07Thank you very much.
04:43Thank you very much.
05:12Thank you very much.
Comments

Recommended