Skip to playerSkip to main content
  • 2 years ago
অসমৰ চুকে কোনে এতিয়া ভগৱান শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱৰ উখল মাখল পৰিবেশ।

ওদালগুৰি জিলাৰ টংলা অঞ্চলত পুন প্রথম বাৰৰ বাবে এইবাৰ "সমন্বয়ৰ এনাজৰী এক অবিৰত যাত্ৰা" নামেৰে সাত দিনীয়া এখন ৰাস মহোৎসৱৰ আয়োজন কৰিছে ।

টংলা অঞ্চলৰ প্রায় 20 খন গাওঁৰ ৰাইজৰ সহযোগত, আৰু বিশিষ্ট নাট্যকাৰ প্ৰবিত্ৰ ৰাভাৰ উদ্যোগত পলাহগৰ, কুলচি নদীৰ পাৰত মৃণ্ময় মূৰ্তিৰ দ্বাৰা ভগৱান কৃষ্ণৰ লীলা সমুহ ৰাইজৰ মাজত পদর্শন কৰা হৈছে।

Category

🗞
News

Recommended