Skip to player
Skip to main content
Search
Connect
Watch fullscreen
Like
Bookmark
Share
More
Add to Playlist
Report
কাজিৰঙাত কেমেৰাৰ সন্মুখত বনৰজাই থপিয়াই নিলে হৰিণা
ETVBHARAT
Follow
1 year ago
Intro:Body:বনৰজাৰ বাহাদুৰি! এজাঁপতে আঁজুৰি আনিলে চিকাৰ। পলকতে দেখুৱালে ঝলক। আপোনমনে ঘাঁহ খাই থকা এজাক হৰিণাৰ মাজৰ পৰা তড়িৎ গতিৰে থপিয়াই আনিলে এটা হৰিণা পোৱালি। মুখত চিকাৰ লৈ পানী ফালি সদম্ভে আগবাঢ়িল ঢেঁকীয়াপতীয়া। দৃশ্যটো কাজিৰঙাৰ। ৰাষ্ট্ৰীয় উদ্যানখনৰ কহঁৰা বনাঞ্চলৰ কাঠপাৰাত বনৰজা দৰ্শনৰ বাবে আগ্ৰহেৰে অপেক্ষাত থকা পৰ্যটকৰ সমুখত বনৰজাই দেখা দিলে এই বিশেষ ভংগীমাৰে। প্ৰায় দহ মিনিট ধৰি ঢেঁকীয়াপতীয়া বাঘে এইদৰে চিকাৰ ধৰাৰ লগতে গহীন গমনেৰে সন্মোহিত কৰিলে পৰ্যটকক। সমগ্ৰ দৃশ্যটো বন্দী হ'ল কেমেৰাত। টুৰিষ্ট গাইড শিশুকান্ত নাথৰ কেমেৰাত বন্দী হোৱা এই বিৰল দৃশ্যৰ প্ৰত্যক্ষদৰ্শী হ'ল চেন্নাইৰ পৰা কাজিৰঙা দৰ্শনৰ বাবে আগমন ঘটা এটা পৰ্যটকৰ দল। বানৰজাৰ চিকাৰ কৰা আৰু গম্ভীৰ গমন প্ৰত্যক্ষ কৰি আপ্লুত হ'ল সকলো। শেহতীয়াকৈ কাজিৰঙাত ঢেঁকীয়াপতীয়া বাঘ সণ্ঢালনিকৈ প্ৰত্যক্ষ হোৱাত পৰ্যটকসকল অধিক আকৰ্ষিত হৈছে। সুন্দৰবন, ৰণথাম্বৰ আদি টাইগাৰ ৰিজাৰ্ভ আদিত বাঘ নেদেখি বিফল মনোৰথ হোৱা পৰ্যটকসকল কাজিৰঙালৈ আহি শুকুৰবাৰে সাক্ষী হ’ল কাজিৰঙাত বাঘ বিচৰণৰ বিশেষ মুহূৰ্তৰ। উল্লেখ্য যে কিছুদিন পূৰ্বে একেজন টুৰিষ্ট গাইড শিশুকান্ত নাথৰ কেমেৰাত একে স্থানতে বন্দী হৈছিল এজনী বাঘিনীৰ সৈতে তিনিটা পোৱালি। পোৱালিকেইটাৰ মাজত এটা সোণালী পোৱালি থকাৰ কথা উল্লেখ কৰিছে টুৰিষ্ট গাইডজনে। সম্ভৱতঃ উক্ত পোৱালি তিনিটাৰ আহাৰৰ বাবেই আজি হৰিণা পোৱালিটো চিকাৰ হ’ল বাঘিনীজনীৰ।ধ্ৰুৱজ্যোতি সাহাকাজিৰঙা৷ ১৭/১/২০২৫Conclusion:
Category
🗞
News
Transcript
Display full video transcript
00:00
wow, wow, very nice
00:30
wow, wow, wow, very nice
01:00
wow, wow, very nice
01:10
wow, wow, very nice
01:20
wow, wow, very nice
01:30
wow, wow, very nice
01:40
wow, wow, very nice
01:50
wow, wow, very nice
02:00
wow, wow, very nice
02:10
wow, wow, very nice
02:20
wow, wow, very nice
02:30
wow, wow, very nice
02:40
wow, wow, very nice
02:50
wow, wow, very nice
03:00
wow, wow, very nice
03:10
wow, wow, very nice
03:20
wow, wow, very nice
Be the first to comment
Add your comment
Recommended
1:49
|
Up next
গণশিল্পী ৰাজীৱ শদিয়াৰ মৃত্যুৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি গোলাঘাটত টাই আহোম ছাত্ৰ সন্থাৰ বন্তি প্ৰজ্বলন।
ETVBHARAT
1 year ago
4:09
মা কামাখ্যাৰ আশীষ ল'লে প'ষ্ট মেলনৰ বেণ্ডৰ সদস্যই
ETVBHARAT
5 weeks ago
4:20
মিষ্টাৰ কটেম বডী বিল্ডিং প্ৰতিযোগিতাৰ খিতাপ মাজুলীৰ যুৱকৰ
ETVBHARAT
1 year ago
2:56
উমৰাংছ'ৰ নিহত শ্ৰমিক পৰিয়াললৈ ১০ লক্ষ টকাৰ আৰ্থিক সাহায্য
ETVBHARAT
1 year ago
14:12
মৰ্মিতা মিত্ৰৰ গানে নচুৱালে মাজুলীৰ শ্ৰোতা-দৰ্শকক
ETVBHARAT
9 months ago
1:45
কন কন শিশুৰ ভোগালীৰ হাট মেলাত উছাহৰ জোৱাৰ । বৰপেটা শংকৰদেৱ শিশু নিকেতনত কন কন ছাত্ৰ ছাত্ৰীৰ বিশেষ ভোগালী হাট মেলা ।
ETVBHARAT
1 year ago
3:39
জ্যেষ্ঠ সাংবাদিকৰ বাসগৃহত দুৰ্বৃত্তৰ আক্ৰমণ
ETVBHARAT
9 months ago
3:15
মুছলপুৰত এইবাৰ ফুলিব বিজেপিৰ পদুম: দৃঢ় বিজেপিৰ প্ৰাৰ্থী
ETVBHARAT
4 months ago
2:20
চানমাৰি থানাত বহিছে পুৰণি কাঁহী-বাটি-ঘটি-লোটাৰ এখন বিশেষ পোহাৰ
ETVBHARAT
8 months ago
3:20
নলবাৰী ৰাস মহোৎসৱত বস্ত্ৰমেলা মুকলি
ETVBHARAT
2 months ago
5:35
অগ্নিসংযোগেৰে সামৰণি পৰিল চানডুবি মহোৎসৱৰ
ETVBHARAT
4 days ago
6:09
শ্ৰীভূমিত উদযাপন 'বন্দে মাতৰম'ৰ ১৫০ বৰ্ষপূর্তি
ETVBHARAT
2 months ago
6:08
হাতীৰ খাদ্যৰ বাবে কঠীয়া ৰুলে ছাত্ৰ-ছাত্ৰীয়ে
ETVBHARAT
5 months ago
1:43
जयपुर में रफ्तार का कहर, बेकाबू ऑडी कार ने 15 से ज्यादा लोगों को रौंदा, हादसे में एक शख्स की मौत
ETVBHARAT
29 minutes ago
2:40
ଶୀତ ଲହରୀରେ କମ୍ପୁଛି ରାଜ୍ୟ, ଟ୍ବିନ ସିଟିରେ ଖସୁଛି ପାରଦ, ଆହୁରି 2 ଦିନ ଥରିବ
ETVBHARAT
40 minutes ago
2:15
హైకోర్టు ఆదేశాలతోనే జగన్ అక్రమాస్తులపై కేసు - 'దాల్మియా సిమెంట్స్' పిటిషన్పై సీబీఐ వాదనలు
ETVBHARAT
42 minutes ago
2:13
धान शॉटेज मामले में संग्रहण केंद्र प्रभारी निलंबित, डीएमओ को कारण बताओ नोटिस
ETVBHARAT
43 minutes ago
3:01
સોમનાથ સ્વાભિમાન પર્વ: સાધુઓની સોમનાથ મંદિર સુધી ભવ્ય રવાડી નીકળી, શિવરાત્રીના મેળા જેવો સર્જાયો માહોલ
ETVBHARAT
55 minutes ago
6:06
অসম চৰকাৰ এতিয়া এটা ইভেণ্ট মেনেজমেণ্ট কোম্পানী: গৌৰৱ গগৈ
ETVBHARAT
1 hour ago
2:03
સુરત: બ્રાન્ડેડના નામે ડુપ્લીકેટ દોરી વેચવાનું મસમોટું કૌભાંડ ઝડપાયું, ₹41.29 લાખનો મુદ્દામાલ જપ્ત
ETVBHARAT
1 hour ago
2:57
ଧାନ କିଣାରେ ଅବ୍ୟବସ୍ଥା ନେଇ କୁଚିଣ୍ଡାରେ ଚାଷୀ ଆନ୍ଦୋଳନ
ETVBHARAT
1 hour ago
1:51
कौन है हरिपुरधार बस हादसा का जिम्मेदार, 39 सीटर निजी बस में 66 लोग थे सवार
ETVBHARAT
1 hour ago
0:43
कार में कंबल लादकर अचानक निकले छतरपुर कलेक्टर, भीषण ठंड में मजबूर और मजदूरों को देख पसीजा दिल
ETVBHARAT
1 hour ago
0:38
સુરતમાં શાકભાજીની આડમાં ડ્રગ્સ વેચતો વેપારી ઝડપાયો, 17.70 ગ્રામ મેફેડ્રોન ડ્રગ્સ જપ્ત
ETVBHARAT
1 hour ago
7:15
સલામ છે! ઉત્તરાયણમાં દોરીથી લોકોનું ગળું ન કપાય એટલે છેલ્લા 19 વર્ષથી બ્રિજ પર તાર બાંધે છે આ અમદાવાદી
ETVBHARAT
2 hours ago
Be the first to comment