• 3 minutes ago
বাক্সা : বাক্সা জিলা স্প’ৰ্ট এছ’চিয়েশ্যনৰ উদ্যোগত বৰমাৰ জুলি মৈদান মিনি ষ্টেডিয়ামত চলি থক ১৬ সংখ্যক বড়োলেণ্ড শ্বহীদ স্বৰ্ণকাপ ফুটবল প্ৰতিযোগিতাৰ বৃহস্পতিবাৰে সন্ধিয়া অনুষ্ঠিত হোৱা দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত গুৱাহাটী বিদ্যুৎ পৰিষদে বড়োলেণ্ড এছ চি ওদালগুৰি দলক ট্ৰাইব্ৰেকাৰৰ সহায়ত পৰাজিত কৰে ৷ খেলৰ প্ৰথম আৰু দ্বিতীয়াৰ্ধত দুয়োটা দলে ৩-৩ গলত অমীমাংসিতভাৱে শেষ হয় ৷এই খেলত শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে বড়োলেণ্ড এছ চি ওদালগুৰি দলৰ ১৮ নম্বৰ জাৰ্চি পৰিহিত হিৰকজ্যোতি ডেকাই ৷ খেলখন পৰিচালনাৰ দায়িত্বত থাকে কনক বড়ো, জৌচাৰ বসুমতাৰী, ৰিনদাও বসুমতাৰী, কৃষ্ণ বৈশ্য ৷সভাপতি হিতেশ বসুমতাৰীয়ে কয়, ‘‘বড়োলেণ্ড আন্দোলনত শ্বহীদ হোৱাসকলৰ স্মৃতি যুগমীয়াকৈ ৰাখিবলৈ আমি বড়োলেণ্ড শ্বহীদ স্বৰ্ণকাপ প্ৰতিযোগিতা প্ৰতিবছৰে চলাই আহিছো । আগৰ চৰকাৰে এই খেলত আৰ্থিকভাৱে সহায় আগবঢ়োৱা নাছিল যদিও বৰ্তমানৰ হাগ্ৰামা মহিলাৰীৰ বিটিচি চৰকাৰে এই ফুটবল খেল চলাবলৈ ২৫ লাখ টকাৰ অনুদান আগবঢ়াইছে ।’’লগতে পঢ়ক : ৭১ সংখ্যক বৰদলৈ ট্ৰফী ফুটবলৰ মধ্য অসম মাণ্ডলিক পৰ্যায়ৰ চূড়ান্ত খেলত কলিয়াবৰ এফচিৰ জয়

Category

🗞
News
Transcript
00:17I am the 16 Buckser District Mordolian Merchers Gold Rovey Football Champion Sivore.
00:22. . . .
00:22. . .
00:51quarter-final match.
01:09I want to thank you for joining us.
01:22.
01:23.
01:237 7 6 60 ੭ાસીરલી ફ૦ નેંચ્દ માહેરા ત્રલીતાલીથ નેડાહ આહળ હૂય થ૦ેતીર હૂર નેજ્દળીકે.
01:41Oh, there will be a return forissible truduthroughs.
01:46I'll tell you about.
01:47I can't get angry, but is against the manager of the world.
01:55It's been a long time to get back to the city of Victoria.
01:56The city of Victoria also has the great city of Victoria.
02:05The city has the great city of Victoria,
02:07and the city of Victoria.
02:10Another city of Victoria is a great city.
02:12Thank you very much.
02:44Thank you very much.

Recommended