Skip to player
Skip to main content
Search
Connect
Watch fullscreen
Like
Bookmark
Share
More
Add to Playlist
Report
প্ৰথমে কাজিয়া আৰু তাৰ পিচত লাঠিৰে কোবাই হত্য়া কৰিলে জ্য়েষ্ঠ ভাতৃয়ে
ETVBHARAT
Follow
3 months ago
শ্রীভূমি: শ্রীভূমি জিলাৰ পাথাৰকান্দিত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড । কনিষ্ঠ ভাতৃক জ্যেষ্ঠ ভাতৃয়ে হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে । ঘটনাৰ বিৱৰণি অনুসৰি সোমবাৰে নিশা পাথাৰকান্দিৰ মামবাড়ি গাঁৱত সংঘটিত হয় এই হত্যাকাণ্ডৰ ঘটনাটো । ড্ৰাগছ আসক্ত তথা বহু গোচৰত অভিযুক্ত তিনিটা সন্তানৰ পিতৃ জয়নাল উদ্দিনে ধান আনিবলৈ ব্যৱহাৰ কৰা লাঠিৰে বুকুত আঘাত কৰে ভাতৃ শ্বৰীফ উদ্দিনক । জয়নালৰ আঘাতত শ্বৰীফ উদ্দিনৰ বুকুৰ পৰা প্ৰচুৰ ৰক্তক্ষৰণ হোৱাৰ পিছত তেওঁৰ মৃত্যু হয় । এই ঘটনাটো সংঘটিত হোৱাৰ পাছতে পাথাৰকান্দি আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় যদিও অভিযুক্ত জয়নাল উদ্দিনে পলায়ন কৰে । আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰি মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে শ্ৰীভূমি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । তদন্তকাৰী বিষয়া নীলভজ্যোতি নাথে জানিবলৈ দিয়া মতে, ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে । মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অহাৰ পিছতহে সকলো স্পষ্ট হ’ব ।এই ঘটনা সন্দৰ্ভত শ্বৰীফ উদ্দিনৰ পত্নীয়ে কয়," অভিযুক্ত জয়নাল উদ্দিনে নিশা মদ্য়পান কৰি ভাতৃ জয়নাল উদ্দিন সৈতে কাজিয়াত লিপ্ত হয় । সেই সময়তেই জয়নাল উদ্দিনে উত্তেজিত হৈ লাঠিৰে আঘাত কৰে শ্বৰীফ উদ্দিনক। ফলত তেওঁৰ ঘটনাস্থলীতেই ৰক্তক্ষৰণ হৈ মৃত্যু হয় ।"লগতে পঢ়ক:অৰুণাচলত কোনে, কিয় হত্যা কৰিলে জোনাইৰ ধনেশক ? - ARUNACHAL MURDER CASEহোটেল কৰ্মচাৰীৰ কাজিয়াই ল'লে চূড়ান্ত ৰূপ; এজনক হত্যা - SARUPATHAR HOTEL WORKER MURDER
Category
🗞
News
Transcript
Display full video transcript
00:00
Many people live in the city.
00:05
I don't know how many countries live.
00:10
They are able to eat and eat and eat.
00:18
good
00:25
good
00:28
good
00:33
good
00:39
good
00:40
good
00:45
Yes, his father was sick.
00:47
That's what I was listening to him.
00:49
My father told me,
00:52
Well, I love you all so much.
00:57
I believe that we're in my life.
01:02
I wish I could make a good day.
01:05
His father was really sad and so is just this very, very proud.
01:12
I'm sorry, I'm sorry, I'm sorry, I'm sorry.
Be the first to comment
Add your comment
Recommended
2:56
|
Up next
উমৰাংছ'ৰ নিহত শ্ৰমিক পৰিয়াললৈ ১০ লক্ষ টকাৰ আৰ্থিক সাহায্য
ETVBHARAT
10 months ago
1:45
কন কন শিশুৰ ভোগালীৰ হাট মেলাত উছাহৰ জোৱাৰ । বৰপেটা শংকৰদেৱ শিশু নিকেতনত কন কন ছাত্ৰ ছাত্ৰীৰ বিশেষ ভোগালী হাট মেলা ।
ETVBHARAT
10 months ago
4:55
সৰুমাই কথমপি বাচিল, ৰক্ষা পৰিল শ শ যাত্ৰীৰ প্ৰাণ
ETVBHARAT
7 months ago
4:20
মিষ্টাৰ কটেম বডী বিল্ডিং প্ৰতিযোগিতাৰ খিতাপ মাজুলীৰ যুৱকৰ
ETVBHARAT
10 months ago
3:39
জ্যেষ্ঠ সাংবাদিকৰ বাসগৃহত দুৰ্বৃত্তৰ আক্ৰমণ
ETVBHARAT
7 months ago
4:37
সুকুমাৰ মেধিক প্ৰফেচৰ অৱ প্ৰেক্টিছ সন্মান প্ৰদান
ETVBHARAT
3 months ago
1:49
গণশিল্পী ৰাজীৱ শদিয়াৰ মৃত্যুৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি গোলাঘাটত টাই আহোম ছাত্ৰ সন্থাৰ বন্তি প্ৰজ্বলন।
ETVBHARAT
10 months ago
6:08
হাতীৰ খাদ্যৰ বাবে কঠীয়া ৰুলে ছাত্ৰ-ছাত্ৰীয়ে
ETVBHARAT
3 months ago
14:12
মৰ্মিতা মিত্ৰৰ গানে নচুৱালে মাজুলীৰ শ্ৰোতা-দৰ্শকক
ETVBHARAT
6 months ago
2:12
নিৰ্বাচনৰ বাবে কেনেদৰে প্ৰস্তুত হৈছে ইউ পি পি এল ? জনালে প্ৰমোদ বড়োৱে
ETVBHARAT
10 months ago
2:20
চানমাৰি থানাত বহিছে পুৰণি কাঁহী-বাটি-ঘটি-লোটাৰ এখন বিশেষ পোহাৰ
ETVBHARAT
5 months ago
4:25
উমৰাংচু কয়লা খনি কাণ্ডক লৈ শিৱসাগৰত প্ৰতিবাদ
ETVBHARAT
10 months ago
3:40
কাজিৰঙাত কেমেৰাৰ সন্মুখত বনৰজাই থপিয়াই নিলে হৰিণা
ETVBHARAT
10 months ago
3:13
আজি বড়োলেণ্ড বেআইনী অস্ত্ৰৰ পৰা মুক্ত : প্ৰমোদ বড়ো
ETVBHARAT
2 months ago
3:41
ঢেঁকীৰ গুমগুমনিয়ে কঁপাইছে মাজুলী
ETVBHARAT
10 months ago
3:15
মুছলপুৰত এইবাৰ ফুলিব বিজেপিৰ পদুম: দৃঢ় বিজেপিৰ প্ৰাৰ্থী
ETVBHARAT
2 months ago
2:43
পৰ্যটনৰ ক্ষেত্ৰত ধেমাজিত সুচনা হ’ব নতুন দিগন্ত
ETVBHARAT
10 months ago
3:30
হিতাধিকাৰীয়ে অসমৰ অৰ্থনীতিত আঘাত কৰিছে; থলুৱা পিঠা প্ৰস্তুতেৰে আত্মনিৰ্ভৰশীল এগৰাকী মহিলাৰ অনুভৱ
ETVBHARAT
10 months ago
1:53
মাজুলী বনগাঁৱত সদৌ অসম ভিত্তিত দিবা নৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা
ETVBHARAT
10 months ago
0:24
নুমলীগড়ত উদ্ধাৰ অৰ্ধগলিত নাহৰফুটুকী
ETVBHARAT
10 months ago
4:13
25 सालों में पहाड़ से बड़े नेताओं का हुआ पॉलिटिकल पलायन, मैदान में बनाया 'घर', लबीं चौड़ी है लिस्ट
ETVBHARAT
24 minutes ago
1:37
ಸಂಘಟನೆಗಳ ಜೊತೆ ಕಾಂಪ್ರಮೈಸ್ ಮಾಡಿಕೊಳ್ಳದೆ ನಾಡಿನ ನೆಲ-ಜಲ ಸಂರಕ್ಷಣೆಗೆ ಸರ್ಕಾರ ಬದ್ಧ: ಜಿ.ಪರಮೇಶ್ವರ್
ETVBHARAT
37 minutes ago
3:30
ଚେନ୍ନାଇରେ ଜଲଓ୍ୱା ଦେଖାଇବେ ଓଡିଶା ମାଷ୍ଟର ଆଥଲେଟ୍, ରାଜ୍ୟ ପାଇଁ ଆଣିବେ ମେଡାଲ
ETVBHARAT
7 hours ago
2:37
୫୪ ବର୍ଷ ପରେ ବି ଆଖିରୁ ଶୁଖିନି ଲୁହ, କେନ୍ଦ୍ରାପଡ଼ା ଓକିଲପାଳ ଗାଁରେ ବାତ୍ୟା ପୀଡ଼ିତଙ୍କୁ ସମୂହ ପିଣ୍ଡଦାନ
ETVBHARAT
8 hours ago
6:19
ଇନୋଭେସନ୍ ଓ ଷ୍ଟାର୍ଟଅପ୍, ଟପ୍-5 ପ୍ରକଳ୍ପ ପ୍ରସ୍ତୁତକାରୀ ବିଦ୍ୟାର୍ଥୀ ପାଇଲେ ଲକ୍ଷେ ଟଙ୍କା ଲେଖାଏଁ ପ୍ରୋତ୍ସାହନ ରାଶି
ETVBHARAT
8 hours ago
Be the first to comment