Skip to playerSkip to main content
  • 3 minutes ago
বাক্সা : ৰাজ্যৰ প্ৰতিখন পূজা মণ্ডপতে পুৰোহিৰতৰ মন্ত্ৰোচাৰণ, ডবা-শংখ, ঘণ্টা, উৰুৰিৰ ধ্বনি শুনিবলৈ পোৱা গৈছে ৷ ইয়াৰে লগে লগে পুৱাৰে পৰা নিশালৈকে ভক্তৰ সমাগমো দেখিবলৈ পোৱা গৈছে ৷ ইয়াৰে ব্যতিক্ৰম নহয় বাক্সা জিলাৰ বৰমাও ৷ বৰমা পূব চ’কত এইবাৰ তৃতীয় বাৰ্ষিক শ্ৰীশ্ৰীদুৰ্গা পুজা মহোৎসৱ উদযাপন কৰা হৈছে ।বৰমাৰ এই পূজাভাগত পূজাৰ সমান্তৰালকৈ আয়োজক কমিটীয়ে কেবাটাও কাৰ্যসূচী হাতত লৈছে ৷ ইতিমধ্যে ইয়াৰে কেবাটাও কাৰ্যসূচী সম্পন্ন হৈছে বুলি সভাপতি বসন্ত কুমাৰ শৰ্মাই ইটিভি ভাৰতৰ আগত সদৰী কৰে ৷ সভাপতি শৰ্মাই উল্লেখ কৰা মতে, ২১ অক্টোবৰৰ পুৱাৰে পৰা দশমী বিহিত পূজা কৰা হ’ব ৷ তাৰ পাছত আবেলি ৪ বজাত মৰাপাগলদিয়া নৈৰ ঘাটত দেৱী বিসৰ্জন দিয়া হ’ব ৷ প্ৰত্যেকবাৰেই দেৱী বিসৰ্জনৰ কাৰ্যসূচীত শতাধিক ধৰ্মপ্ৰাণ লোক উপস্থিত হয় ৷ সেয়ে  উদযাপন সমিতিৰ তৰফৰ পৰা সভাপতি বসন্ত কুমাৰ শৰ্মাই এইবাৰো পূজাৰ সকলোবোৰ কাৰ্যসূচীত সমূহ ৰাইজৰে উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিছে ।লগতে পঢ়ক : ৰুদ্ৰ সিংহই প্ৰতিষ্ঠা কৰা ২৩২ বছৰীয়া দেৱালয়ত দুৰ্গা পূজালগতে পঢ়ক : নগাঁৱৰ দুৰ্গা পূজা : নাজিৰাজানৰ পূজা মণ্ডপত প্ৰতিফলিত লাচিত বৰফুকনৰ বীৰত্বৰ গাথা

Category

🗞
News
Transcript
00:00The only one that has become a joint in the country with the UNFIA,
00:08if you are interested in the UNFIA,
00:10you will be interested in the UNFIA,
00:45Thank you very much.
01:00Thank you very much.
01:27Thank you very much.

Recommended