Skip to playerSkip to main content
  • 17 minutes ago
যোৰহাট: যোৰহাট জিলাৰ টীয়ক আৰু মৰিয়নী সমষ্টিৰ বান পৰিস্থিতি অপৰিৱৰ্তিত হৈয়ে আছে । সমানেই উদ্ধাৰ অভিযানো অব্য়াহত আছে । ইয়াৰ মাজতে বানৰ কবলত পৰা টীয়কৰ কাৱৈমাৰী মিচিং গাঁৱৰ এক দুৰ্গম অঞ্চলত আবদ্ধ হৈ থকা এগৰাকী অসুস্থ মহিলাক এনডিআৰএফে উদ্ধাৰ কৰে । সংকটজনক অৱস্থাত মহিলাগৰাকীক উদ্ধাৰ কৰি এনডিআৰএফে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰিছে ।আনহাতে জিলা প্ৰশাসনে দিয়া তথ্য অনুসৰি যোৰহাটৰ টীয়ক ৰাজহ চক্ৰত ৭২খন,পূব ৰাজহ চক্ৰৰ ২৮,পশ্চিম ৰাজহ চক্ৰৰ ৫৭,মৰিয়নী ৰাজহ চক্ৰৰ ৭, তিতাবৰ ৰাজহ চক্ৰৰ ২২ খন ৰাজহ গাঁও বানৰ কবলত পৰিছে ।বানৰ কবলত জিলাখনৰ ১,২৬,৭৯৩ গৰাকীলোক ক্ষতিগ্ৰস্ত হৈছে । লগতে ৬,৫৭০.৪৪ হেক্টৰ কৃষিভূমিও বানত ক্ষতিগ্ৰস্ত হৈছে । তদুপৰি ৩৯,৯৯৯ টা পশুধনক বানে প্ৰভাৱিত কৰাৰ লগতে ২,৮৬৮ টা পশুধন উটি গৈছে । বলিয়া বানে জিলাখনৰ কেইবাটাও গড়কাপ্তানি পথৰো ক্ষতিসাধন কৰিছে ।লগতে পঢ়ক :অসমৰ বানৰ আপডেট: বৰ্তমানলৈকে ৰাজ্যৰ বানত প্ৰাণ হেৰুৱালে ৬১ গৰাকীয়েবানাক্ৰান্তক সহায়ৰ বাবে আপুনিও মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়াব পাৰে অনুদান

Category

🗞
News
Transcript
00:00I will tell you that in the rain, the cloud bursted in the rain,
00:06because the whole area was demolished.
00:09Our team continues to work on the rescue ops, evacuation and relief distribution.
00:16We have two teams deployed in NDRF,
00:19and we have to do our rescue operations.
00:23We have to see the situation in the DDMA,
00:29foreign
00:35foreign
00:36foreign
00:36foreign
00:36foreign
00:36the village. But as we were on the way, you can see that there are obstacles that are
00:43obstructed, with the water from the water. We didn't go to the boat. We didn't go to the
00:51boat. We didn't go to the boat. We didn't go to the boat. We didn't go to the boat.
01:06सब्सजराइब जो किया और जो किया कहले हैं धी साथ उनके साथ और बीन के लिए अबूलेंस फर्दर के लिए
01:18अम्बूलेंस के थुरूं जो रहत मेडीकल कॉलेज के लिए शिफ्ट के लिए
Comments

Recommended