Skip to playerSkip to main content
  • 4 hours ago
মৰিগাঁও: সাফল্যৰ পথত দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ'ব নোৱাৰে । তাকেই যেন পুনৰ প্ৰমাণ কৰিলে মৰিগাঁৱৰ মেধাৱী ছাত্ৰী দেৱীস্মিতা দাসে । সদ্যঘোষিত CBSEৰ দশম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফলে হাঁহি বিৰিঙাইছে দেৱীস্মিতাৰ পৰিয়ালৰ মুখত । ৬ টা বিষয়ত লেটাৰ মাৰ্কসহ ৯৭ শতাংশ নম্বৰ অৰ্জন কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে দেৱীস্মিতাই । মৰিগাঁৱৰ আহঁতগুৰিৰ জিতেন দাস আৰু পদ্মা কান্তি দাসৰ কন্যা দেৱীস্মিতাই অধ্যয়ন কৰিছিল মৰিগাঁওস্থিত পি এম শ্ৰী জৱাহৰ নৱোদয় বিদ্যালয়ত ।দেৱীস্মিতা দাসৰ এই অসাধাৰণ ফলাফলৰ আঁৰত আছে এক দীঘলীয়া সংগ্ৰাম আৰু একাগ্ৰতা । অভাৱ-অনাটনৰ মাজতো তেওঁ কেতিয়াও নিজৰ লক্ষ্যৰ পৰা বিচলিত হোৱা নাছিল । কঠোৰ পৰিশ্ৰম কৰি দিনৰ পিছত দিন ধৰি কৰা নিয়মিত অধ্যয়নেই তেওঁক আজি এই স্থানত উপনীত কৰাইছে । সীমিত সম্পদৰ সঠিক ব্যৱহাৰ কৰি তেওঁ CBSE-ৰ দৰে কঠিন পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে ।লগতে পঢ়ক: সোণাপুৰৰ ৰেডিয়েণ্ট ইণ্টাৰনেশ্যনেল স্কুলৰ গৌৰৱোজ্জ্বল সাফল্য : CBSE ৰ দশম শ্ৰেণীত ১০০ শতাংশ উত্তীৰ্ণপ্ৰায় ১৫০০ বিহুৱা-নাচনীয়ে পুৰণিগুদামৰ বুকুত ৰচিলে অভিলেখ

Category

🗞
News
Transcript
00:00Is it easier?
00:03Do you have a lot of help?
00:04Yeah, I do. How do you have a lot of help?
00:08Do you have a lot of help and support?
00:13Yeah, I think I have a lot of help and support.
00:17I'm not sure they have to help, but I'm not sure if I'm not sure.
00:24So I'm very motivated by the school.
00:28Thank you so much for your support.
00:31How are you doing?
00:34I'm doing NJ Clearing.
00:38I'm doing NJ Clearing.
00:40I'm doing NJ Clearing.
01:15I'm doing NJ Clearing.
01:23I'm doing NJ Clearing.
01:26I'm doing NJ Clearing.
01:28I am doing NJ Clearing.
01:31Or, starting live in Raja Sanani beings here and I'm doing NJ Clearing.
01:39It's amazing!!!
01:40Speaking now, I do....
01:41Even if anything is so beneficial for you.
01:43I severe the ADN story and me.
01:50According to me, starting to be very unexpected is I to retire.
01:56I have a problem with my family.
01:59I have a problem with my family.
02:05How do you feel about that?
02:10I feel about it.
02:12I feel like I have a problem with my family.
Comments

Recommended