Skip to playerSkip to main content
  • 2 days ago
ধিং: দুই এটা বিক্ষিপ্ত ঘটনাৰ মাজেৰে সম্পন্ন হ'ল অসম বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া । সকলোৱে সাব্যস্ত কৰিলে নিজৰ নিজৰ ভোটাধিকাৰ । পুৱাৰে পৰা দীঘলীয়া শাৰী পাতি ভোটদান কৰে ৰাজ্যৰ আটাইকেইটা সমষ্টিৰ ভোটাৰে । পিছে ইয়াৰ মাজতে এটা ভোটকেন্দ্ৰত লাগিল অথন্তৰ । দুটা পক্ষৰ মাজত লাগিল তয়াময়া ৰণ ।ভোটদানৰ বাবে শাৰী পতাক লৈ ভোটাৰৰ মাজত লাগিল মাৰপিট । ঘটনা নগাঁও জিলাৰ ধিঙৰ । ভোটদানৰ বাবে শাৰী পতাক লৈ প্ৰথমে বাক-বিতণ্ডা আৰু পিছলৈ প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয় । ধিং সমষ্টিৰ ১০৭ নং পুঠিমাৰীৰ ১ নং ভোটকেন্দ্ৰত ভোটাৰৰ মাজত সংঘটিত হয় এই বিক্ষিপ্ত ঘটনা । পৰৱৰ্তী সময়ত তাত উপস্থিত থকা আৰক্ষীৰ হস্তক্ষেপত শাম কাটে পৰিস্থিতি ।  লগতে পঢ়ক: হাফলঙত বিজেপি কৰ্মীয়ে ভোট ৰিগিং কৰাৰ ভয়ংকৰ অভিযোগ নন্দিতা গাৰ্লোছাৰ - ASSAM ASSEMBLY ELECTION 2026ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ হিলদল ভাঙি ওলাই আহিল চাহ বাগিচাৰ ভোটাৰ - ASSAM ASSEMBLY ELECTION 2026

Category

🗞
News
Transcript
00:01Here's the 19th anniversary.
Comments

Recommended