Skip to playerSkip to main content
  • 11 minutes ago
মৰিগাঁও: মৰিগাঁও চহৰৰ সৌন্দৰ্যবৰ্ধন আৰু নাগৰিকসকলৰ সুবিধাৰ্থে মৰিগাঁও পৌৰসভাই এক বিশেষ প্ৰসংশনীয় পদক্ষেপ গ্ৰহণ কৰিছে । চহৰখনৰ আধুনিকীকৰণৰ দিশত এখোজ আগুৱাই নি শুকুৰবাৰে মৰিগাঁৱত এটা নৱ-নিৰ্মিত সুদৃশ্য ক্লক টাৱাৰ (Clock Tower) আৰু এটি 'ৱাকিং জ’ন' (Walking Zone) ৰাইজৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰা হয় ।এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত আয়োজিত এই বিশেষ অনুষ্ঠানৰ শুভাৰম্ভ কৰে মৰিগাঁও সমষ্টিৰ সন্মানীয় বিধায়ক ৰমাকান্ত দেউৰীয়ে । ফিটা কাটি আঁচনিখনৰ শুভাৰম্ভ কৰি বিধায়কগৰাকীয়ে মৰিগাঁও পৌৰসভাৰ এই প্ৰচেষ্টাক ভূয়সী প্ৰশংসা কৰে ৷ এই পদক্ষেপে চহৰখনৰ সৌন্দৰ্য বৃদ্ধি কৰাৰ লগতে জনসাধাৰণক এক সুস্থ পৰিৱেশ প্ৰদান কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে ।উক্ত শুভ উদ্বোধনী অনুষ্ঠানত জিলা প্ৰশাসনৰ তৰফৰ পৰা মৰিগাঁও জিলাৰ আয়ুক্ত অনামিকা তিৱাৰী আৰু মৰিগাঁও পৌৰসভাৰ পৌৰপতি যোগেশ তামুলী বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে । অনামিকা তিৱাৰীয়ে কয়, ‘‘চহৰবাসীৰ বাবে প্ৰাতঃভ্ৰমণ আৰু সন্ধিয়াৰ সময়ছোৱাত মুক্ত বতাহ ল’ব পৰাকৈ নিৰ্মাণ কৰা এই ৱাকিং জ’ন আৰু ক্লক টাৱাৰটিয়ে সমগ্ৰ মৰিগাঁও চহৰখনলৈ এক নতুন মাত্ৰা কঢ়িয়াই আনিছে ।’’লগতে পঢ়ক : উপযুক্ত পথৰ অভাৱত বিয়াৰ পৰা বঞ্চিত এখন গাঁৱৰ যুৱক-যুৱতী

Category

🗞
News
Transcript
00:00We've got a lot of work.
00:04I've got a lot of work for a year.
00:07But I also have been able to do it on the clock tower.
00:10I've got a lot of work.
00:15This is the project that's been beautiful.
00:18It's been a lot of work.
00:20We are very successful.
00:24Today, we're in a working zone.
00:30We're in a working zone.
00:31We're in a modern manner.
00:34We're in a working zone.
00:39We're in a high mass light.
00:47We are a part of the culture of the country and in every country.
00:51The world is a part of the culture in our country and in the country we are a part of
00:56the culture.
00:57The country has a heart or a part of the culture which we have with the culture.
01:01We have a great country high and some of the culture that is such a great country.
01:07We can live in the city of Rathipa and encourage our community to protect our community.
01:14We have to go to our community and to help our community.
01:18I have been so much to say that I am able to help our community in this community.
01:23We have to be able to ensure that we are not in the community.
01:26I'm going to call the price and I'm going to call the price and I'm going to call the price.
Comments

Recommended