Skip to playerSkip to main content
  • 13 minutes ago
মাজুলী: মাজুলীৰ কমলাবাৰী চাৰিআলিত চুৰিকাণ্ড । কমলাবাৰী চাৰিআলিৰ 'প্ৰভাত ইলেক্ট্ৰনিকচ' নামৰ এখন দোকানত চোৰৰ চাফাই অভিযান । কমলাবাৰী আৰক্ষী থানাৰ পৰা মাত্ৰ ৪০০ মিটাৰ দূৰত্বত থকা দোকাখনত সংঘটিত হয় এই চুৰিকাণ্ড । নিশা প্ৰায় ১১:৩০ বজাত সংঘটিত  চুৰিকাণ্ডৰ সমগ্ৰ দৃশ্য বন্দী হ’ল CCTV কেমেৰাত । দোকানৰ এজন কৰ্মচাৰীয়ে জনোৱা মতে দোকানখনত ম’বাইল ৰিপেয়াৰিং কৰি তেওঁ নিজৰ পৰিয়াল পোহপাল দি আহিছিল । আজি কেইমাহমানৰ পৰা ম’বাইল ৰিপেয়াৰিং কৰাৰ লগতে দোকানখনত ম’বাইল বিক্ৰীও কৰিছিল । তেওঁ জনোৱা মতে দোকানত থকা ম’বাইলৰ লগতে বহু সামগ্ৰী লৈ গৈছে চোৰে । আৰক্ষীক এই বিষয়ে অৱগত কৰিছে বুলি জানিবলৈ দিয়ে কৰ্মচাৰীগৰাকীয়ে ।  এইক্ষেত্ৰত আৰক্ষীয়ে কি পদক্ষেপ গ্ৰহণ কৰে লক্ষণীয় হ’ব ৷লগতে পঢ়ক: দুৰ্ঘটনাক কেন্দ্ৰ কৰি মৈৰাবাৰীত ৰে’ল বিভাগৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ

Category

🗞
News
Transcript
00:00We had to hire someone.
00:01We had to hire ourselves.
00:05They were running out of house in the backyard.
00:07They were running out of house.
00:08They were running out of house,
00:10and their families had to hire people.
00:11That's how they come.
00:25What's wrong with you?
00:27I am in the middle of the building.
00:36I am in the middle of the building.
00:40I have to check and give me a number of people.
00:46The building is in the middle of the building.
00:5420,000-$13,000 and $12,000 are the minimum 30,000, and $30,000.
01:04In this case, the number of political parties could spread and 9-% as well as the number of
01:11political parties are paid.
01:16This is not just too much.
01:19I don't know.
01:21Are you calling me a police?
01:23I'm calling you a police officer.
01:24I'm calling you a police officer.
Comments

Recommended