Before every election, there is a wave of leaders and supporters leaving the party. Some political leaders do this when the political equation does not match. In fact, there is no such thing as a policy for them. When their interests are not achieved, they leave one ideal and move to another. Is the ideal such a thing?
There is also a lot of activity among the political parties in Assam for the upcoming by-elections in five constituencies. At the same time, the mismatched math masters have started the drama of leaving the party. This video is about the latest political climate in Assam.
প্ৰতিটো নিৰ্বাচনৰ আগে আগে একাংশ নেতা-পালিনেতাৰ দলত্যাগৰ জোৱাৰ উঠে । ৰাজনৈতিক অংক নিমিলিলেই এই কাম কৰে একাংশ ৰাজনৈতিক নেতাই । আচলতে তেওঁলোকৰ বাবে কোনো নীতি আদৰ্শ বোলা বস্তু নাই । স্বাৰ্থ সিদ্ধি নহলেই আঁতৰি যায় আদৰ্শ ত্যাগ কৰি আন এটা আদৰ্শলৈচ। আদৰ্শ বাৰু তেনেকুৱা বিষয় নেকি ?
৫ টা সমষ্টিত অনুস্থিত হ'বলগীয়া সমুখৰ উপনিৰ্বাচনকলৈয়ো অসমৰ ৰাজনৈতিক দলবোৰৰ মাজত তৎপৰতা বাঢ়া দেখা গৈছে । সমান্তৰালভাবে অংক নিমিলা অংক মাষ্টৰবোৰে দলত্যাগৰ নাটকো আৰম্ভ কৰিছে । এই ভিডিঅটোত অসমৰ শেহতীয়া ৰাজনৈতিক বাতাবৰন সম্পৰ্কে আলোচনা কৰা হৈছে ।
Comments