• 31 minutes ago
জোনাই: অসমত এতিয়া ধান চপোৱাৰ বতৰ ৷ সেয়ে কৃষকসকলৰ উৎপাদিত ধানৰ উচিত মূল্য নিশ্চিত কৰা আৰু কৃষকসকলক সকাহ প্ৰদানৰ লক্ষ্যৰে মঙলবাৰে চিলাপথাৰত অসম খাদ্য আৰু যোগান, অসামৰিক যোগান নিগম পৰিসীমিত অধীনত ধান ক্ৰয় কেন্দ্ৰৰ শুভাৰম্ভণি কৰা হয় ।চিলাপথাৰ ধান ক্ৰয় কেন্দ্ৰৰ মহাপ্ৰৱন্ধক ধ্ৰুৱজ্যোতি দত্তই কয়, "চিলাপাথাৰ ধান ক্ৰয় কেন্দ্ৰই ৫ হেজাৰ মেট্ৰিক টন ধান ক্ৰয় কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে ৷ এই কেন্দ্ৰটো চিচিবৰগাঁও চিমেন চাপৰি আৰু চিলাপথাৰ কৃষি চক্ৰ আঙুৰি লৈছে । এই ধান ক্ৰয় কেন্দ্ৰৰ জৰিয়তে অঞ্চলটোৰ কৃষকসকলে প্ৰতি কুইণ্টল ধানত চৰকাৰী নিৰ্ধাৰিত ন্যূনতম মূল্য ২,৬৪১ টকাত (MSP) ধান বিক্ৰী কৰাৰ সুবিধা লাভ কৰিব ।"অসমত খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগ, অসম ৰাজ্যিক কৃষি বিপণন পৰিষদ, সমবায় সমিতি বা নিৰ্ধাৰিত সংস্থাসমূহৰ জৰিয়তে এই কেন্দ্ৰসমূহ পৰিচালনা কৰে । ধেমাজি, গোগামুখ, তেলাম, চিলাপথাৰ ধেমাজি জিলাত অসম চৰকাৰে মুঠ পাঁচটা ধান ক্ৰয় কেন্দ্ৰ আছে ।লগতে পঢ়ক: আকাশলংঘী খাদ্য সামগ্ৰীৰ দাম, উদং হৈছে গ্ৰাহকৰ জেপ : বজাৰত জুই লাগিছে !

Category

🗞
News
Transcript
00:00शोरकानन धेड़ट होड पासाजार मेतिक्तन क्यावे यामार टींटा किकी शोको हंगोड़ू इसे
00:05चीशिवगाज लिएrix सोको चिलाबठा किकी शोको iy ।
00:10ये सोको डिसिवगाद किह हselves कोल है आमार किकी भवागुरं
00:16Well I'm sure we've got here before.
00:19Go to the usual stuff,
00:24and I'm sure we've got in place now.
00:26I've got to work with the MARC.
00:29I've got a lens.
00:29the samples not to work with the samples.
00:35I've got to work with the samples.
00:35These are the samples and the samples.
00:36Like the samples within the samples
00:36have been done,
00:37the samples have been printed,
00:37so they've got a sample.
01:08Thank you very much.
01:40Thank you very much.
02:00Thank you very much.
02:18Thank you very much.
02:40Thank you very much.

Recommended