• 12 minutes ago
মাজুলী : শাৰদীয় ৰাস মহোৎসৱলৈ মাজত মাত্ৰ এটা দিন ৷ উখল-মাখল হৈ পৰিছে নদীদ্বীপ মাজুলী । আনহাতে দেশ-বিদেশৰ পৰা আহিবলগীয়া লাখ লাখ দৰ্শক তথা পৰ্যটকৰ সুবিধাৰ্থে মাজুলী আৰক্ষী প্ৰশাসনে গ্ৰহণ কৰিছে বিশেষ যান-বাহন নিয়ন্ত্ৰণ ব্যৱস্থা ।দেওবাৰে আৰক্ষীয়ে জনোৱা অনুসৰি, ২৪ নৱেম্বৰত জিলা প্ৰশাসনৰ উদ্যোগত কমলাবাৰী থানাৰ সমীপৰ টুনী নদীত নাৱৰ ওপৰত এক বৰ্ণাঢ্য ৰাসৰ কাৰ্যসূচী অনুষ্ঠিত হ'ব । এই অনুষ্ঠানত দলঙৰ ওপৰত হ'ব পৰা ভিৰৰ প্ৰতি লক্ষ্য ৰাখি কমলাবাৰী ঘাটৰ পৰা গড়মূৰ সংযোগী পথটো খোলা ৰখা হ'ব যদিও পথৰ ওপৰত গাড়ী পাৰ্কিং সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে । ইয়াৰ পৰিৱৰ্তে কমলাবাৰী ষ্টেডিয়ামৰ সমীপৰ সন্মিলিত ৰাস মহোৎসৱৰ খেলপথাৰত ৩০-৪০ খনকৈ গাড়ী ৰখাৰ বিশেষ পাৰ্কিং ব্যৱস্থা কৰা হৈছে ।আনহাতে, নিমাতীৰ পৰা অহা দৰ্শকসকলৰ সুবিধাৰ্থে অফলামুখ আৰু বনগাঁও হৈ কমলাবাৰী চাৰিআলি দিশে অহা যান-বাহনসমূহ কমলাবাৰী গেটেৰে সোমাই চিভিল তিনিআলিলৈকে যাব পাৰিব । দৰ্শকসকলে চিভিল তিনিআলিত চাৰিচকীয়া বাহন আৰু উত্তৰ কমলাবাৰী এম ই স্কুলত দুচকীয়া বাহন পাৰ্কিং কৰি খোজকাঢ়ি ৰাস উপভোগ কৰিব পাৰিব ।তদুপৰি বিষ্ণুপুৰৰ পৰা অহা বাহনসমূহৰ বাবে সন্মিলিত সত্ৰ খেলপথাৰত পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে । ৰাস সমাপ্ত হোৱাৰ পাছত উভতি যোৱাৰ সময়ত ব্লক তিনিআলিৰ পথছোৱা দৰ্শকৰ সুবিধাৰ্থে খুলি দিয়া হ'ব বুলি মাজুলী আৰক্ষীয়ে উল্লেখ কৰিছে ৷লগতে পঢ়ক: উখল-মাখল যোৰহাটৰ মালৌপথাৰৰ বৰভেটি, ২৫৯ সংখ্যক ন-লগোৱা উৎসৱ পালন

Category

🗞
News
Transcript
00:00This is the question of KAMOLAVRIX GHAAT and AFOLAVRIX GHAAT
00:02This is the reason why very many people are connected,
00:09so the issue is that we mentioned in the KAMOLAVRIX GHAAT and got a kmolabriGHAAT
00:18We called in the state of KMOLAVRIX GHAAT and were established in the state of a civil city
00:20I was then introduced to my levied area as a city of KAMOLAVRIX GHAAT
00:28I worked with an engineer to save the home, and with a 440 vehicles in 30 to 40 vehicles.
00:41We were able to get a lot of work, and they were able to go to the MES school.
00:47So, we were able to keep our lives together.
00:50And for a return, we were able to get a lot of work.
00:59If we were able to get a lot of work, we were able to get a lot of work.
01:11and we have to keep parking in the 20th century, and we have to keep parking in the 20th century.
01:23So basically, we have to keep the main focal point, so we have to keep the traffic points.
01:33We have to get a lot of information here.
01:39So basically we have to get a block of the road.
01:43We have to get a parking place and we have to get a parking place.
01:47We have to get a parking place.
01:50So we have no entry at any point.
01:53So the gathering is less.
01:55So we have to get a lot of them.
01:58So we have to get a lot of them.

Recommended