Skip to playerSkip to main content
  • 2 hours ago
মৰাণ: বিহু আনন্দ-উলাহৰ মাজতে ঘোষণা হ'ল CBSEৰ দশম শ্ৰেণী পৰীক্ষাত ফলাফল । এইবাৰ CBSEৰ দশম শ্ৰেণী পৰীক্ষাত ৯৯% নম্বৰ লাভ কৰি মৰাণৰ খোৱাঙলৈ গৌৰৱ কঢ়িয়াই আনিলে সমুদ্ৰ গগৈয়ে । খোৱাং বাঁহনি পথাৰৰ ৰিণ্টু গগৈ আৰু ডেইজী চেতিয়াৰ সুযোগ্য সন্তান সমুদ্ৰ গগৈ তিলৈৰ স্বামী বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্ৰ । এই ফলাফলৰ পাছতে বিভিন্নজনে নিজৰ গৃহত সম্বৰ্ধনা জনাই উৎসাহিত কৰিছে সমুদ্ৰক । আনহাতে ডিব্ৰুগড়ৰ RK একাডেমীত ইতিমধ্যে বাচনি পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভ কৰি অধ্যয়ন কৰাৰ সুবিধা লাভ কৰিছে তেওঁ ।মেধাৱী ছাত্ৰ গৰাকীয়ে ইংৰাজী বিষয়ত ৯৮, অসমীয়াত ১০০, গণিতত ৯৮, বিজ্ঞানত ৯৬, সমাজ বিজ্ঞানত ১০০, ইনফৰ্মেচন টেকন'লজীত ৯৯ নম্বৰ লাভ কৰিবলৈ সক্ষম হয় । এই সফলতাৰ পাছত ছাত্ৰ গৰাকীয়ে কয়, "কোনো নিৰ্দিষ্ট সময় বান্ধি মই পঢ়া নাছিলোঁ, কিন্তু দৈনিক পঢ়াৰ কাৰণে চেষ্টা কৰিছিলোঁ । পৰীক্ষাৰ সময়ত দৈনিক ৮ ঘন্টাকৈ পিছিলোঁ । দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হোৱা পাছত JEE পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ লক্ষ্যৰে পঢ়া-শুনা কৰিম । মোৰ এই সফলতাৰ বাবে পিতৃ-মাতৃ আৰু বিদ্যালয়ৰ ছাৰ-বাইদেউ সকলে যথেষ্ট সহায় কৰিছে  । তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছো ৷’’ছাত্ৰ গৰাকীৰ সফলতাত অতি আনন্দিত হৈ পৰিছে পিতৃ-মাতৃ । ছাত্ৰ গৰাকীৰ পিতৃয়ে সংবাদ মাধ্যমত কয়, "আমি এই ফলাফলত অত্যন্ত সুখী হৈছোঁ । আমি বিচৰা ধৰণেৰেই ফলাফল পাবলৈ সক্ষম হৈছে । পূৰ্বৰ সকলো পৰীক্ষাতে গণিত বিষয়ত ১০০ নম্বৰ পাইছিল, কিন্তু এইবাৰ নাপালে ৷ সেইটো অকণমান বেয়া লাগিছে । অসমীয়াত ১০০ নম্বৰ পাইছে সেইটো আমাৰ ভাল লাগিছে । অসমীয়া যিহেতু আমাৰ মাতৃভাষা সেয়ে ঘৰত অলপ বেছি গুৰুত্ব দিছিলোঁ । এই ফলাফলে আমাক আনন্দিত কৰিছে ৷’’লগতে পঢ়ক:৩৪২ বছৰীয়া পৰম্পৰাৰে বিশ্বনাথত গোসাঁই বিহু পালন

Category

🗞
News
Transcript
00:00My name is Hamutra, and I have been able to get a metric of 99% of the price of
00:08metric.
00:10But I have been able to get a fixed time, but I have been able to get consistent.
00:17And I have been able to get a basic exam.
00:21I have been able to get a 30-30 hours, and I have been able to get an exam.
00:25And I have been able to get the exact exam.
00:28My name is Canadian, and I have been able to get some exam.
00:34And I have been able to get an exam.
00:36I have been able to get an entrance and preparation.
00:37I have been able to get a high-secondary exam for GWArs, and what happened in my father?
00:44I have been able to get friends with the school teachers here.
00:47So, I am able to get a team.
00:49So, I am able to get a lot.
00:52I was not afraid of that. I don't know.
01:01I don't know.
01:03And I didn't want to talk to him, too.
01:05So, with the good news, we're at the end.
01:06And we're at the end of the day.
01:10I'm not sure.
01:12We're at the end of the day.
01:12I'm not sure you are.
01:12I'm just going to talk to you.
01:14I'm not sure you are.
01:16I'm not sure if you are.
01:18CBSC is a great deal.
01:21...
01:21...
01:21...
01:21Our family started after the death of our community and things went very rapidly.
01:28We've helped so far and we've been impacted by our families.
01:40We've been in trouble we are affected by our families and by our families.
01:43This is why we did so, and now we are actually a good person of our family.
01:48It's extremely important to get into the examination of our families.
01:50But we had to be very good at the time of life.
01:54I had to go middle school and laugh at that day.
01:56So I felt like we could get into the schoolwork and write some work.
02:12In English, there has been a number of subjects with 51 students.
02:17also obeying the right of the source and the right of the source of the source.
02:18In this case I have no more information about it.
02:24It's like a county and a county of that like city and I think the county's-
02:34this county has a county at the New York Times.
02:36I hope you enjoyed this video.
Comments

Recommended