Skip to playerSkip to main content
  • 1 day ago
ধিং : নতুন দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰীয় যুৱ সংসদত অসমৰ চাৰিগৰাকী শিক্ষাৰ্থীয়ে লাভ কৰিছে সাফল্য । অসমৰ চাৰিজনীয়া শিক্ষাৰ্থীৰ দলটোৱে 'সৰ্বশ্ৰেষ্ঠ বিদ্যালয় প্ৰতিনিধি বঁটা' লাভ কৰিবলৈ সক্ষম হয় ।হোজাইৰ ইউনাইটেড পাব্লিক স্কুলৰ শিক্ষাৰ্থী জুয়িনা বিন্তে বাহাৰ, নাজিফ হুছেইন, ফাইজান আহমেদ আৰু মেহদিয়াই এই খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয় । গাইড শিক্ষক পাৰছা বেগম আৰু ইফতিকাৰ আলমৰ তত্বাৱধানত এই দলটোৱে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে ।চাৰিগৰাকী শিক্ষাৰ্থীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত এনে সাফল্য লাভ কৰা খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ হোজাই আৰু মৰিগাঁও অঞ্চলৰ শিক্ষানুৰাগী ৰাইজৰ মাজত ব্যাপক আনন্দৰ জোৱাৰ পৰিলক্ষিত হৈছে ।শিক্ষাৰ্থীকেইগৰাকীৰ এই সাফল্যৰ বাবে বিভিন্নজনে বিদ্যালয়খনৰ কৰ্তৃপক্ষকো শুভেচ্ছা জনাইছে ৷ ইপিনে মৈৰাবাৰী প্ৰেছ ক্লাবৰ সভাপতি বাহাৰুল উলুম চৌধুৰীৰ সুকন্যা জুয়িনাৰ এই সাফল্যৰ খবৰে প্ৰেছ ক্লাব পৰিয়ালকো আনন্দিত কৰি তুলিছে ৷লগতে পঢ়ক:কাৰাটে চেম্পিয়নশ্বিপত ধেমাজিৰ ৮ গৰাকী খেলুৱৈৰ পদক লাভহাফলঙত নিৰ্বাচনকেন্দ্ৰিক হিংসা: বিজেপিৰ বিৰুদ্ধে এজাহাৰ দাখিল এনপিপিৰ প্ৰাৰ্থী ডেনিয়েল লাংথাছাৰ

Category

🗞
News
Transcript
00:00Let's stand here and tell you, India's neighbourhood policy is a grand success.
00:03Because if it weren't, South Asia would not be one of the least economically integrated regions in the world.
00:09Our policies will not be finding that in the ways of refugees, security areas and humanitarian disasters
00:14are made with two little heads from the union gatehouse.
00:17That's all this, and civil index joy is not just a foreign policy problem anymore.
00:21It's the domestic energy.
00:22Stakes here are that religion too.
00:24It's taken over 70%, even lining up for fuel, food, medicine.
00:27India stepped in over 4 billion dollars in support.
00:30Necessary? Yes. Responsible? Absolutely.
00:33But also a reminder, when a labour force will be in the shop.
00:36On Myanmar, after 2021, the crisis did not stay in APRO.
00:40It's worked into a miserable money pool.
00:42Local administration had to manage the city's roads with no clear rules, no real framework.
00:47For people living on those borders, neighbourhood policy is not a seminar topic.
00:51It's Tuesday morning.
00:53And there's one.
00:53The plane being troops have gone.
00:55Since then, tens of thousands of troops deployed on a transplant tire.
00:59Infrastructure and Industry did have built years ago.
01:02Now we're in safety trust.
01:03China has built up massive infrastructure in the border areas mid-wide.
01:07India has the highest minimum road to mobilise the power of military and armed and military.
01:13Yes, this final is the Yusole Day character.
01:23Please give a huge round of applause.
01:50And now I would like to go on stage for its best delegation, which is Jennifer University.
01:59Please come on stage with a huge round of applause.
Comments

Recommended