Skip to playerSkip to main content
আপুনি নিজৰ YouTube চেনেল খুলিব খুজিছেনে?
এই ভিডিঅ’খনত মই আপোনালোকক দেখুৱাইছোঁ YouTube চেনেল কেনেকৈ খুলিব, step-by-step পদ্ধতিত। কেৱল ৫ মিনিটত আপুনি নিজৰ YouTube চেনেল আৰম্ভ কৰিব পাৰে! মোবাইল বা কম্পিউটাৰ – যিয়েই থাকক, সকলোৰে বাবে এই ভিডিঅ’টো সহায়কাৰী হব।

এই ভিডিঅ’ত আপুনি শিকিবঃ

YouTube চেনেল কেনেকৈ খোলিব

Gmail একাউণ্টৰ প্ৰয়োজন

চেনেলৰ নাম, logo আৰু description কেনেকৈ দিব

ছেটিংছ আৰু customization টিপচ


আপুনি যদি YouTube ত নতুন, এই ভিডিঅ’ আপোনাৰ বাবে হব এক perfect guide!

ভিডিঅ’ ভাল লাগিলে Like, Share আৰু Channel টো Subscribe কৰিব নাপাহৰিব।

#YouTubeChannel #AssameseTutorial #YouTubeচেনেল #YouTubeTips #NewYouTuber

Category

📚
Learning
Comments

Recommended