ভয়ংকৰ জলপ্ৰলয়ৰ গ্ৰাসত নামনি অসম, কেইবাটাও মথাউৰিলৈ নামিছে অশনি সংকেত

  • 5 years ago
বৰপেটা চহৰলৈ তীব্ৰ ভাবুকি কঢ়িয়াইছে ব্ৰহ্মপুত্ৰৰ বহৰি, বাঘবৰ মথাউৰিয়ে। নামনি অসমৰ বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত জিলাৰ তালিকাত আছে বৰপেটা, দ্বিতীয় স্থানত আছে ধুবুৰী জিলা।

Category

🗞
News

Recommended