মহানগৰীৰ জুৱেলাৰীত নিশা চুৰিকাণ্ড, চাটাৰ ভাঙি চোৰে লুটিলে ২০ লক্ষাধিক টকা, চাওক Video

  • 4 years ago
গুৱাহাটী মহানগৰৰ কালাপাহাৰত থকা ওম জুৱেলাৰীত সংঘটিত হয় চুৰিকাণ্ড। সমগ্ৰ দৃশ্য CCTV কেমেৰাত বন্দী

Recommended