Skip to playerSkip to main contentSkip to footer
  • 6/29/2019
বেংকত কেছ মেম’ কাটি থকাৰ সময়তে ধন লৈ উধাও। ২৬ জুনৰ দিনাই ভঙাগড় আৰক্ষী থানাত গোচৰ ৰুজু। ডকাইতিৰ বাবে ৩জন লোক আহিছিল বেংকলৈ দুজন বেংকত সোমাইছিল, এজনে বাইক লৈ ৰৈ আছিল। পইচা লৈয়ে বাইকত উঠি পলাইছিল দুটা ডকাইত। এজনে খোজকাঢ়ি বেংকৰ পৰা পলায়ন কৰিছিল।

Category

🗞
News

Recommended