Initiate Assam

@initiateassam
মুক্ত মন আৰু নতুন চিন্তা ধাৰাৰে সঠিক তথ্য আপোনালোকৰ মাজলৈ অনাটোৱেই আমাৰ ( INITIATE ASSAM ) লক্ষ্য । এই চেনেলটোত আপোনালোকে বিচাৰি পাব বিভিন্ন ধৰণৰ গুৰুত্বপূৰ্ণ তথ্য । আশা কৰো আপোনালোকে ভাল পাব । INITIATE ASSAM চেনেলটোৰ এজন সদস্য হবৰ বাবে চেনেলটো SUBSCRIBE কৰিব, ভিডিঅ'বোৰ Like আৰু Share কৰিব লগতে আপোনাৰ কিবা অনুৰোধ থাকিলে Comment কৰিবলৈ নাপাহৰিব । আমাৰ বিষয়ে অধিক জানিবলৈ Follow কৰিব Facebook ত , Link তলত দিয়া আছে । আপোনালোকৰ মাজলৈ সঠিক তথ্য অনাৰ উদ্দেশ্যৰে আমি সদায় আগুৱাই যাম ।
জয় আই অসম