Skip to playerSkip to main content
  • 2 days ago
যোৰহাট : যোৰহাট জিলাৰ চিনামৰাত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা । চিনামৰা সদৰ তিনিআলিস্থিত ৰাজ হাৰ্ডৱেৰ এণ্ড কেমিকেল নামৰ ব্য়ৱসায়িক প্ৰতিষ্ঠানখনত সোমবাৰে অগ্নিকাণ্ডৰ সূত্ৰপাত হয় । ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ পৰাই এই জুই তিনিটা গুডামলৈ সম্প্ৰসাৰিত হয় । এই গুডামত বিভিন্ন হাৰ্ডবেৰ সামগ্ৰৰ লগতে বিভিন্ন ৰায়ায়নিক মজুত আছিল ।জুইৰ লেলিহান শিখাই দোকানৰ লগতে গুডাম ঘৰ আগুৰি ধৰাত অঞ্চলটোৰ চৌপাশে ধোঁৱা বিয়পি পৰে । এই অগ্নিকাণ্ডৰ বিষয়ে জানিব পাৰি ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই  নিৰ্বাপিত কৰিবলৈ সক্ষম হয় যদিও ঠাইয়ে ঠাইয়ে এতিয়াও উমি উমি জ্বলি আছে । এই ভয়াৱহ অগ্নিকাণ্ডত প্ৰায় ১০কোটি টকাৰো অধিক মূল্য়ৰ সা-সম্পত্তি ভস্মীভূত হোৱা বুলি সন্দেহ কৰা হৈছে ।লগতে পঢ়ক:গেমিং জ’নৰ বিধ্বংসী অগ্নিকাণ্ডই প্ৰাণ কাঢ়িলে ১৫ জনৰডুমডুমাৰ দৈনিক বজাৰত বিধ্বংসী অগ্নিকাণ্ড

Category

🗞
News
Transcript
00:03Oh
01:00I'm sorry, I'm sorry, I'm sorry.
Comments

Recommended