Skip to playerSkip to main content
  • 16 hours ago
ডিব্ৰুগড়: শোকাৱহ এক ৰে'ল দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল ডিব্ৰুগড় চহৰ ৷ বুধবাৰে ডিব্ৰুগড়ৰ ৰামসিং গেটৰ সন্মুখত ১৪৮৬০ নম্বৰৰ এটা ৰে'লৰ ইঞ্জিন লাইনচ্যুত হয় ৷ ঘটনা অনুসৰি, ৰে'ল ইঞ্জিনটো ডিব্ৰুগড় ৱৰ্কশ্ব'পৰ পৰা বাণীপুৰৰ দিশে গৈ থকা অৱস্থাত এই ঘটনা সংঘটিত হয় । ঘটনাৰ পিছতে ৰে'লৱেৰ বিষয়াসকল তৎক্ষণাত ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে ।উল্লেখযোগ্য যে, উত্তৰ-পূব সীমান্ত ৰে'লৱেই পূৰ্বে মেৰামতিৰ কামৰ বাবে এলচি গেট নম্বৰ ৭ ডি ডি ৱৰ্কশ্বপ গেট সাময়িকভাৱে বন্ধ কৰি ৰাখিছিল । বুধবাৰে ঘটনা সংঘটিত হোৱা স্থানত ৰে'ললাইন মেৰামতি আৰু পুনৰ নিৰ্মাণৰ কাম চলি আছিল । ইয়াৰ মাজতেই ৰে'লৰ ইঞ্জিনটো লাইনচ্যুত হয় । এই ঘটনাত কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে ৷ লগতে পঢ়ক:পৰিৱেশ সুৰক্ষাৰ আদিপাঠ দিয়া বিদ্যালয় কৰ্তৃপক্ষই কাটিলে পুৰণি গছ

Category

🗞
News
Transcript
00:00Good evening, thank you.
00:39In the May of the 20th century in North America, I was indeed out of the city of Baj nonprofit.
00:42The city was the military university in the city of Hale.
00:53...and I was not fond of the city of Hale.
00:57...I was told of the city of Hale.
00:58Oh, my God.
Comments

Recommended