Skip to playerSkip to main content
  • 23 minutes ago
সোণাপুৰ : ৰঙালী বিহুৰ উলাহৰ মাজতে গুৱাহাটী মহানগৰীৰ ক্ষেত্ৰী থানাৰ অন্তৰ্গত দুৰুঙত ভয়ংকৰ হত্যাকাণ্ড । দুৰুং যুৱক সংঘৰ দ্বাৰা আয়োজিত দুৰুং আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ অনুষ্ঠান চলি থকাৰ মাজতে এজন উদণ্ড যুৱকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ২০ বছৰীয়া এজন যুৱকে ।প্ৰাপ্ত খবৰ অনুসৰি, বৃহস্পতিবাৰে নিশা প্ৰায় ১.৩০ বজাত ৩নং ঔজাৰীৰ মলয় দাস (২৬) নামৰ এজন সুৰাসক্ত যুৱকৰ সৈতে ২নং ঔজাৰীৰ প্ৰণৱ দাস (২০) নামৰ যুৱকজনৰ কোনো কথাক লৈ তৰ্ক-বিতৰ্ক হয় । তৰ্কই চৰম পৰ্যায় পোৱাত সুৰাসক্ত মলয় দাসে হাতত থকা বিয়েৰৰ বটল এটা ভাঙি প্ৰণৱ দাসৰ শৰীৰৰ নিম্নাংশত (দুই ভৰিৰ মাজত) তীব্ৰ জোৰে সুমুৱাই দিয়ে । ফলত প্ৰণৱৰ শৰীৰৰ পৰা প্ৰৱল ৰক্তক্ষয় হোৱাত জিলা চিকিৎসালয়লৈ লৈ যায় যদিও দুৰ্ভাগ্যবশতঃ চিকিৎসালয় পোৱাৰ পথতে তেওঁৰ মৃত্যু হয় ।ঘটনা সন্দৰ্ভত প্ৰণৱ দাসৰ আত্মীয়ই কয়, অভিযুক্ত মলয় দাস এজন অত্যন্ত উদণ্ড স্বভাৱৰ যুৱক । ইয়াৰ পূৰ্বেও তেওঁ অঞ্চলটোত কেইবাবাৰো মাৰপিটৰ ঘটনা সংঘটিত কৰিছিল । এজন নিৰীহ যুৱকক নৃশংসভাৱে হত্যা কৰা মলয় দাসৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম শাস্তিৰ দাবী জনাইছে পৰিয়ালৰ লগতে ৰাইজে ।আনহাতে, ক্ষেত্ৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তন্ময় নাথে সংবাদ মাধ্যমক জনোৱা মতে, "ঘটনাৰ খবৰ পোৱাৰ লগে লগে আৰক্ষীৰ এটা দল বিহুস্থলীত উপস্থিত হয় । আৰক্ষীয়ে অভিযুক্ত মলয় দাসক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে । আৰক্ষীৰ জেৰাত হত্যাকাৰী মলয় দাসে নিজৰ অপৰাধ স্বীকাৰ কৰিছে । বৰ্তমান আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অধিক তদন্ত অব্যাহত ৰাখিছে আৰু যাৱতীয় আইনী ব্যৱস্থা গ্ৰহণ কৰিছে ।"লগতে পঢ়ক :চেষ্টা ব্যৰ্থ হ'ল, কাৰাগাৰেই ঠিকনা: শ্যামকানু মহন্তৰ জামিন আবেদন নাকচ

Category

🗞
News
Transcript
00:00What happened?
00:02What happened?
00:03What happened?
00:05My friend, I was like just a friend.
00:10My friend, my friend, I was like, I'm a man.
00:13Why are you like?
00:16I've been in the same time, since I was sick,
00:24I've been in the same time.
00:27I've been in the same time,
00:28I've been in the same time.
00:29I am here, two.
00:33I am here, two.
00:37There are so many corridors.
00:40There, I am here, we are with the rest of the people.
00:48I am here, we are not at the very end of the church.
01:12Thank you very much.
01:52Thank you very much.
02:19Thank you very much.
02:22Thank you very much.
03:02Thank you very much.
03:48Thank you very much.
04:37Thank you very much.
Comments

Recommended