Skip to playerSkip to main content
  • 24 minutes ago
ধেমাজি : ধেমাজি বিধানসভা সমষ্টিত বিৰোধী ঐক্যমঞ্চৰ ৰেলীৰে চমক ৷ বৃহস্পতিবাৰে বিৰোধী ঐক্যমঞ্চৰ উমৈহতীয়া প্ৰাৰ্থী শৈলেন সোণোৱালক লৈ শ শ সমৰ্থকে উলিয়ালে বাইক-গাড়ীৰ ৰেলী ৷ ধেমাজি সদৰৰ কেইবাটাও পথ অতিক্ৰম কৰে এই বিশাল ৰেলীটোৱে ৷ বিজেপি-মিত্ৰজোঁটক সচকিত কৰি তোলা এই বিশাল ৰেলীত অংশ লৈ অসম জাতীয় পৰিষদৰ নেতা চিত্তৰঞ্জন বসুমতাৰীয়ে এইবাৰ ৰাইজ আৰু হিমন্ত বাহিনীৰ মাজত যুঁজ হ'ব বুলি মন্তব্য কৰে ৷তেওঁ কয়, "এই নিৰ্বাচন হ’ল বিজেপিৰ চৰকাৰৰ বিৰুদ্ধে যুঁজ ৷ যি বিজেপি চৰকাৰে দুবাৰ মিছা প্ৰতিশ্ৰুতি লৈ আহি কোনোধৰণৰ কাম নকৰিলে  ৷ কেৱল উন্নয়নৰ কিছুমান শ্ল’গান দি আছে আৰু প্ৰলোভন আৰু মিছা প্ৰতিশ্ৰুতিৰে জিকি যাব বুলি ভাবিছে  ৷ যোৱাবাৰ অসমত বিৰোধী ঐক্যবদ্ধ নোহোৱা বাবে আমি জিকিব পৰা নাছিলো ৷ এই নিৰ্বাচনটো ’১৬ চনৰ নহয়, এই নিৰ্বাচনটো ২০২১ৰ নহয় ৷ এই নিৰ্বাচনটো হিমন্ত বাহিনীৰ বিৰুদ্ধে ৰাইজে গৰজি উঠিছে  ৷"ইপিনে, ধেমাজি সমষ্টিৰ বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী শৈলেন সোণোৱালে কয়, “যোৱাবাৰ বিজেপিয়ে যেনে ধৰণে বিভাজনৰ সুযোগ লৈ নিৰ্বাচিত হৈছিল এইবাৰ আৰু আমি সেই সুযোগ দিবলৈ চেষ্টা কৰা নাই ৷"লগতে পঢ়ক : তিনিচুকীয়াৰ ছয় সমষ্টিৰ প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা কিমান ?

Category

🗞
News
Transcript
00:00...
00:04...
00:10...
00:12...
00:14...
00:19...
00:21...
00:21...
00:21...
00:24...
00:26...
00:28...
00:29...
00:30...
00:31...
00:32...
00:32...
00:34...
00:35...
00:35...
00:37...
00:41Please, please, ask for your question, if you stay here, you can make more money.
00:46That means you have to be able to get close to the government and you'll have to push the government
00:52into the government.
00:53And there arum is no idea of the problem of which the problem was.
01:00It was so clear in the case of the problem.
01:04It was so clear in the case of the problem of the problem.
01:09The problem was that the problem was completely poor.
01:43Thank you very much.
02:15Thank you very much.
Comments

Recommended