পুণেত এটা কুঁৱাৰ পৰা নাহৰফুটুকী বাঘ উদ্ধাৰ, চাওক VIDEO
  • 5 years ago
ছিৰুৰ ৰেঞ্জ উদ্ধাৰকাৰী দল আৰু ৱাইল্ডলাইফ SOSয়ে উদ্ধাৰ কৰে বাঘটোক। নাহৰফুটুকীটোক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে জুন্নাৰৰ মানিকদহ নাহৰফুটুকী সুৰক্ষা কেন্দ্ৰলৈ স্থানান্তৰিত কৰা হয়।
Recommended