Digital Bondhu

@DigitalBondhu
নমস্কাৰ বন্ধুসকল,
মই হৃদয় আৰু আপোনালোকে সকলোকে স্বাগতম জনাইছো আমাৰ এই চেনেল "Digital আনন্দ"লৈ | মই এই চেনেলটো মোৰ সেই সকল বন্ধু-বান্ধৱীৰ বাবে বনাইছো যিসকলে আমাৰ নিজৰ অসমীয়া ভাষাত টেকন'লজিৰ বিষয়ে জানিব বিচাৰে | "Digital আনন্দ" নামৰ এই চেনেলটোত মই নিতৌ ম'বাইল আৰু কম্পুউটাৰৰ বিষয়ে কিছু জানিবলগা কথা আপোনালোকক জনাবলে চেস্টা কৰিম | আশাকৰো আপোনালোকে মোৰ এই চেস্টাক সহাৰি জনাব আৰু আমাৰ এই চেনেল "Digital আনন্দ" ক SUBSCRIBE কৰিব |
ধন্যবাদ

Hello friends,

I am Hriday and this is our channel “ Digital Ananda”. I create this channel on …………… 2019. My motive is behind creating this channel is to make easy to understand Tech videos in Assamese , and I want each and every individual whoever is interested in technology to be able to understand it in easiest possible way. I post one video daily related to technology which is really important for our daily life. If you found that my channel really helps you than don’t forget to SUBSCRIBE “Digital Ananda”

Thanks
জয় আই অসম